ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চʼৰাঘৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চʼৰাঘৰ   বিশেষ্য

ଅର୍ଥ : ডাঙৰ মানুহৰ ঘৰত থকা ডাঙৰ কোঠা বা বৈঠক, যʼত অহা-যোৱা কৰা মানুহ বহে

ଉଦାହରଣ : নেতাজনে চʼৰাঘৰত বহি মানুহৰ কথা শুনি আছিল

ସମକକ୍ଷ : চʼৰা, চʼৰা ঘৰ, ড্রইং ৰুম, বহা কোঠা, বৈঠকখানা

ଅର୍ଥ : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা

ଉଦାହରଣ : কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে

ସମକକ୍ଷ : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম

ଅର୍ଥ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা

ଉଦାହରଣ : চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে

ସମକକ୍ଷ : অতিথি-কোঠা, বৈঠকখানা