ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ଉଦାହରଣ : এই ঘৰটোত পাঁচটা কোঠা আছে
ସମକକ୍ଷ : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ଅର୍ଥ : নিজৰ সকলো সম্পত্তি
ଉଦାହରଣ : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
ସମକକ୍ଷ : ঘৰ-বাৰী
ଅର୍ଥ : ঘৰৰ কাম-বন
ଉଦାହରଣ : তেওঁৰ মন গৃহস্থীত নাই
ସମକକ୍ଷ : গৃহস্থী, ঘৰদুৱাৰ, ঘৰবাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ