ଅର୍ଥ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত
ଉଦାହରଣ :
এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা
ଅର୍ଥ : ৰেখা আদিৰে ঘেৰি থকা স্থান
ଉଦାହରଣ :
তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে
ଅର୍ଥ : নিজৰ দেশ
ଉଦାହରଣ :
আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল
ସମକକ୍ଷ : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র
ଅର୍ଥ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ
ଉଦାହରଣ :
তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে