ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘোলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘোলা   ক্ৰিয়া

ଅର୍ଥ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য

ଉଦାହରଣ : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ

ସମକକ୍ଷ : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা

ঘোলা   বিশেষণ

ଅର୍ଥ : মাটি মিহলি হৈ থকা পানী বিশেষ

ଉଦାହରଣ : বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে

ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা