ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
ଉଦାହରଣ : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
ସମକକ୍ଷ : ট্রিগাৰ, লপলপী
ଅର୍ଥ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
ଉଦାହରଣ : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
ଅର୍ଥ : ঘোঁৰাৰ মতা
ଉଦାହରଣ : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
ସମକକ୍ଷ : ঘোটক, মতা ঘোঁৰা
ଅର୍ଥ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
ଉଦାହରଣ : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ