ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘেৰাও ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘেৰাও   বিশেষ্য

ଅର୍ଥ : শত্রুৰ সেনা অথবা যুদ্ধৰ সময়ত কিলা ঘেৰি লোৱা কার্য

ଉଦାହରଣ : চুলতানে তৎক্ষণাত ঘেৰাও উঠাই লʼবলৈ কʼলে

ଅର୍ଥ : কাৰোবাক চাৰিওফালৰ পৰা ঘেৰি লোৱা কার্য

ଉଦାହରଣ : শত্রু সেনাই কিলাটো ঘেৰাও কৰিলে

ଅର୍ଥ : কোনো বিষয়াৰ পৰা নিজৰ কথা বা কোনো বিষয়ে সন্মত কৰাৰ কাৰণে কর্ম্্চাৰী, বিদ্যার্থী আদিৰ দ্বাৰা তেওঁক বেৰি ধৰা কার্য

ଉଦାହରଣ : নিজৰ সমস্যাবোৰ লৈ ছাত্রসকলে প্রধান শিক্ষকক ঘেৰাও কৰিলে

ସମକକ୍ଷ : ঘেৰাৱ