ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘূৰাই দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘূৰাই দিয়া   ক্ৰিয়া

ଅର୍ଥ : প্রবৃত্ত কৰা

ଉଦାହରଣ : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

ସମକକ୍ଷ : ঘূৰোৱা

ଅର୍ଥ : যিয়ে দিয়াজনক পুনৰাই দিছে

ଉଦାହରଣ : ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ

ସମକକ୍ଷ : পৰিশোধ কৰা

ঘূৰাই দিয়া   বিশেষণ

ଅର୍ଥ : ওলোটাই দিয়া

ଉଦାହରଣ : দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে

ସମକକ୍ଷ : ফিৰোৱা