ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
ଉଦାହରଣ : নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
ସମକକ୍ଷ : কেন্দ্র, কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান
ଅର୍ଥ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ଉଦାହରଣ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
ସମକକ୍ଷ : আড্ডা, আড্ডাস্থলী, কেন্দ্র, থল, থলী, স্থল, স্থলী
ସଂସ୍ଥାପନ କରନ୍ତୁ