ଅର୍ଥ : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
ଉଦାହରଣ :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
ସମକକ୍ଷ : ঘাগৰা
ଅର୍ଥ : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
ଉଦାହରଣ :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
ସମକକ୍ଷ : কমৰবান্ধনি, ঘাঘড়া