ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ব্যৱস্থাৰ অভাৱ
ଉଦାହରଣ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
ସମକକ୍ଷ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
ଅର୍ଥ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ଉଦାହରଣ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
ସମକକ୍ଷ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
ଅର୍ଥ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
ଉଦାହରଣ : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ସମକକ୍ଷ : উখল-মাখল, হুলস্থূল
ସଂସ୍ଥାପନ କରନ୍ତୁ