ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গৰল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গৰল   বিশেষ্য

ଅର୍ଥ : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ

ଉଦାହରଣ : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়

ସମକକ୍ଷ : গলগণ্ড

ଅର୍ଥ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে

ଉଦାହରଣ : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল

ସମକକ୍ଷ : কালকূট, জহৰ, বিষ, বিহ, হলাহল