ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গ্রন্থি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গ্রন্থি   বিশেষ্য

ଅର୍ଥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ

ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে

ସମକକ୍ଷ : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন

ଅର୍ଥ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ଉଦାହରଣ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

ସମକକ୍ଷ : গাঁঠি, জোৰা, সন্ধি

ଅର୍ଥ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব

ଉଦାହରଣ : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়