ଅର୍ଥ : সঞ্চিত বা একত্রিত কৰা
ଉଦାହରଣ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ସମକକ୍ଷ : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
ଅର୍ଥ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ଉଦାହରଣ :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
ସମକକ୍ଷ : একগোট কৰা, একত্রিত কৰা