ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ସମକକ୍ଷ : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
ଅର୍ଥ : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
ଅର୍ଥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
ଉଦାହରଣ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ସମକକ୍ଷ : দʼম, সমষ্টি, সমূহ, ৰাশি
ଅର୍ଥ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ଉଦାହରଣ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
ସମକକ୍ଷ : বর্গ, শ্রেণী
ସଂସ୍ଥାପନ କରନ୍ତୁ