ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নাৰিকলৰ জাতিৰ সৰু গোল ফল লগা এক বৃক্ষ
ଉଦାହରଣ : তামোল গছত ডাল নাথাকে
ସମକକ୍ଷ : চুপাৰি, তামোল, তাম্বোল
ଅର୍ଥ : বিশেষকৈ পাণ আদিৰ লগত খোৱা বা শুদাই খোৱা এবিধ গোলাকাৰ টান ফল
ଉଦାହରଣ : পূজা-পার্বণতো তামোল লাগে
ସମକକ୍ଷ : তামোল, তাম্বুল
ସଂସ୍ଥାପନ କରନ୍ତୁ