ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গুদাম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গুদাম   বিশেষ্য

ଅର୍ଥ : যি ঠাইত বস্তু আদি সংগ্রহ কৰি থোৱা হয়

ଉଦାହରଣ : এই খাদ্য-সামগ্রীখিনি গুদাম ঘৰত ৰখাৰ উপযোগী হৈছে

ସମକକ୍ଷ : গুদাম ঘৰ

ଅର୍ଥ : পোচাকত লগোৱা চেপেটা টুকুৰা

ଉଦାହରଣ : আপোনাৰ কুর্তাটোৰ এটা বুটাম ছিগিল

ସମକକ୍ଷ : বুটাম, বুতাম

ଅର୍ଥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ଉଦାହରଣ :

ସମକକ୍ଷ : গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম