ଅର୍ଥ : ভাব-চিন্তা বা বিচাৰ সহকাৰে
ଉଦାହରଣ :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
ସମକକ୍ଷ : গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি
ଅର୍ଥ : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
ଉଦାହରଣ :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
ସମକକ୍ଷ : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি