ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোলাকাৰ সৰু বস্তু বিশেষ
ଉଦାହରଣ : লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
ସମକକ୍ଷ : দানা
ଅର୍ଥ : খেল-ধেমালিত ব্যৱহাৰ কৰা শিল, মাটি, প্লাষ্টিক আদিৰ সৰু টুকুৰা
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে খেলিবলৈ গুটিবোৰ গোটাইছে
ସଂସ୍ଥାପନ କରନ୍ତୁ