ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রতিধ্বনি হোৱা বা শ্্ব্দ হোৱা
ଉଦାହରଣ : শংখৰ প্রতিধ্বনিত স্বৰ চাৰিওফালে প্রসাৰিত হৈছে
ସମକକ୍ଷ : অনুনাদিত, প্রতিধ্বনিত
ଅର୍ଥ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
ଉଦାହରଣ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
ସମକକ୍ଷ : গুঞ্জিত, ধ্বনিত
ଅର୍ଥ : গুঞ্জন কৰি থকা
ଉଦାହରଣ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ