ଅର୍ଥ : যিজন গুজৰাটৰ নিবাসী
ଉଦାହରଣ :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
ସମକକ୍ଷ : গুজৰাট বাসী, গুজৰাট-বাসী
ଅର୍ଥ : গুজৰাট ৰাজ্যৰ ভাষা
ଉଦାହରଣ :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
ସମକକ୍ଷ : গুজৰাটী ভাষা
ଅର୍ଥ : গুজৰাটত থকা বা বসতি কৰা
ଉଦାହରଣ :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
ଅର୍ଥ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
ଉଦାହରଣ :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
ଅର୍ଥ : গুজৰাট সম্বন্ধীয়
ଉଦାହରଣ :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে