ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গা-ধোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গা-ধোৱা   বিশেষ্য

ଅର୍ଥ : নিকা বা শীতল কৰিবৰ কাৰণে গোটেই শৰীৰটো পানীৰে ধোৱা কার্য

ଉଦାହରଣ : সাধুলোকে স্নানৰ পাচত পূজা পাঠ কৰে

ସମକକ୍ଷ : জল-স্নান, স্নান

গা-ধোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য

ଉଦାହରଣ : তুমিচোন ঘামেৰে গা-ধুই পেলালা

ଅର୍ଥ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য

ଉଦାହରଣ : ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে

ସମକକ୍ଷ : প্রক্ষালন কৰা, স্নান কৰা

গা-ধোৱা   বিশেষণ

ଅର୍ଥ : যিজনে স্নান কৰিছে

ଉଦାହରଣ : গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল

ସମକକ୍ଷ : স্নাত