ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গাখীৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গাখীৰ   বিশেষ্য

ଅର୍ଥ : নাৰীৰ স্তনদেশ

ଉଦାହରଣ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

ସମକକ୍ଷ : কুচকুম্ভ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন

ଅର୍ଥ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ

ଉଦାହରଣ : ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল

ଅର୍ଥ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস

ଉଦାହରଣ : কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়

ଅର୍ଥ : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ

ଉଦାହରଣ : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ

ସମକକ୍ଷ : ক্ষীৰ, দুগ্ধ