ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গাইড ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গাইড   বিশেষ্য

ଅର୍ଥ : পৰীক্ষাৰ দৃষ্টিভঙ্গীৰে প্রস্তুত কৰা এক ধৰণৰ সহায়িকা কিতাপ যি অন্য কোনা পাঠ্যপুথিৰ কিতাপত দিয়া পঠন সামগ্রী, প্রশ্ন আদিৰ ব্যাখ্যা দাঙি ধৰে

ଉଦାହରଣ : আজিকালি বেছিভাগ ছাত্র-ছাত্রীয়ে কেৱল সহায়িকা পঢ়ি পৰীক্ষা দিবলৈ বিচাৰে

ସମକକ୍ଷ : সহায়িকা

ଅର୍ଥ : কোন পর্যটনস্থলীত সেই স্থলীৰ সৈতে জড়িত তথ্যৰ সম্ভেদ দিওতা ব্যক্তি

ଉଦାହରଣ : গাইডে পর্যটন স্থলীৰ বিষয়ে বহুতো মূল্যৱান কথা কৈছিল

ସମକକ୍ଷ : টুৰিষ্ট গাইড

ଅର୍ଥ : আনুষ্ঠানিকভাৱে স্বীকৃত উচ্চ শিক্ষাৰ (গৱেষণা কার্য)-ৰ দিকনির্দেশ ্কৰাৰ বাবে নিযুক্ত ব্যক্তি

ଉଦାହରଣ : অধ্যাপক পুষ্পকদেৱ ভালেসংখ্যক গৱেষক ছাত্রৰ গাইড