ଅର୍ଥ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
ଉଦାହରଣ :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
ସମକକ୍ଷ : লক্ষ্য, লক্ষ্য স্থান
ଅର୍ଥ : যʼত যাব লগা আছে
ଉଦାହରଣ :
আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ