ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গতিহীন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গতিহীন   বিশেষণ

ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ

ସମକକ୍ଷ : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে

ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল

ସମକକ୍ଷ : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ

ଅର୍ଥ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

ଉଦାହରଣ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

ସମକକ୍ଷ : অগতি, গতিশূন্য, স্থিৰ

ଅର୍ଥ : ৰৈ থকা

ଉଦାହରଣ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

ସମକକ୍ଷ : বন্ধ