ଅର୍ଥ : বিষয়ববীয়াৰ হাতত শাসন ব্যৱস্থা ন্যস্ত থকা প্রণালী যʼত নীতি আদি নি্র্ধাৰণ কৰাৰ ক্ষেত্রত সকলোৰে সম-অধিকাৰ থাকে
ଉଦାହରଣ :
ভাৰতবর্ষ বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্রিক দেশ
ସମକକ୍ଷ : প্রজাতন্ত্র
ଅର୍ଥ : গণতন্ত্র সম্বন্ধীয় বা গণতন্ত্রৰ
ଉଦାହରଣ :
ভাৰত এখন গণতান্ত্রিক ৰাষ্ট্র
ସମକକ୍ଷ : প্রজাতান্ত্রিক, লোকতান্ত্রিক
ଅର୍ଥ : যিটো গণতন্ত্রৰ সিদ্ধান্ত অনুসৰি হয়
ଉଦାହରଣ :
গণতান্ত্রিক শাসন-ব্যৱস্থাত প্রজা সন্তুষ্ট
ସମକକ୍ଷ : প্রজাতান্ত্রিক, লোকতান্ত্রিক