ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সজা বা সজোৱা ভাব
ଉଦାହରଣ : তেওঁৰ শৰীৰৰ গঠন আটিল
ସମକକ୍ଷ : গাঁথনি
ଅର୍ଥ : অনেক অৱয়বযুক্ত ৰচনা
ଉଦାହରଣ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
ସମକକ୍ଷ : ৰচনা
ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ଉଦାହରଣ :
ସମକକ୍ଷ : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
ଅର୍ଥ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ଉଦାହରଣ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
ସମକକ୍ଷ : প্রতিষ্ঠা, স্থাপনা
ଅର୍ଥ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
ଉଦାହରଣ : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
ସମକକ୍ଷ : বেহু
ସଂସ୍ଥାପନ କରନ୍ତୁ