ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ଉଦାହରଣ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ସମକକ୍ଷ : খুঁটি, গোঁজ
ଅର୍ଥ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ଉଦାହରଣ : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ସମକକ୍ଷ : গোঁজ
ଅର୍ଥ : ধাতুৰে তৈয়াৰী শাল বা খিলা
ଉଦାହରଣ : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ