ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
ଉଦାହରଣ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
ସମକକ୍ଷ : পেঙুৰা, লেঙেৰা
ଅର୍ଥ : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে
ଉଦାହରଣ : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে
ସମକକ୍ଷ : লেঙেৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ