ଅର୍ଥ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
ଉଦାହରଣ :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
ସମକକ୍ଷ : খোল খোৱা
ଅର୍ଥ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
ଉଦାହରଣ :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
ଅର୍ଥ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
ଉଦାହରଣ :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
ସମକକ୍ଷ : খুলি যোৱা
ଅର୍ଥ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
ଉଦାହରଣ :
কোনোবা আদিছে, দুৱাৰখন খোলা
ଅର୍ଥ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
ଉଦାହରଣ :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
ଅର୍ଥ : বন্ধন, গাঁঠি আদি খোলা
ଉଦାହରଣ :
জোতাৰ ৰচীডাল খোলা
ଅର୍ଥ : নিতৌ কার্য আৰম্ভ ্হোৱা
ଉଦାହରଣ :
এই বেংকটো ন বজাত খোলে
ଅର୍ଥ : নতুনকৈ আৰম্ভ কৰা
ଉଦାହରଣ :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
ଅର୍ଥ : বেংক আদিত খাটা আৰম্ভ কৰা
ଉଦାହରଣ :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
ଅର୍ଥ : ঢাকি নৰখা বা আৱৰি নৰখা
ଉଦାହରଣ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ସମକକ୍ଷ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ଅର୍ଥ : যিটো বন্ধ নহয়
ଉଦାହରଣ :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
ଅର୍ଥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ଉଦାହରଣ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ସମକକ୍ଷ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে