ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খোলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খোলা   বিশেষ্য

ଅର୍ଥ : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

ଉଦାହରଣ : মায়ে খোলাৰে মালা চিলাই আছে

ସମକକ୍ଷ : কৱচ, খোলক

ଅର୍ଥ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

ଉଦାହରଣ : বাদামৰ ওপৰত বহুত টান খোলা থাকে

ସମକକ୍ଷ : আৱৰণ, কবচ

ଅର୍ଥ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

ଉଦାହରଣ : তেওঁ জুহালত চাহ বনাই আছে

ସମକକ୍ଷ : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

ଉଦାହରଣ : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

ସମକକ୍ଷ : খোল খোৱা

ଅର୍ଥ : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

ଉଦାହରଣ : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

ସମକକ୍ଷ : এৰোৱা

ଅର୍ଥ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

ଉଦାହରଣ : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

ଅର୍ଥ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

ଉଦାହରଣ : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

ସମକକ୍ଷ : খুলি যোৱা

ଅର୍ଥ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

ଉଦାହରଣ : কোনোবা আদিছে, দুৱাৰখন খোলা

ଅର୍ଥ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

ଉଦାହରଣ : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

ଅର୍ଥ : পিন্ধা বস্তু পৃথক কৰা

ଉଦାହରଣ : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

ସମକକ୍ଷ : সোলোকোৱা

ଅର୍ଥ : বন্ধন, গাঁঠি আদি খোলা

ଉଦାହରଣ : জোতাৰ ৰচীডাল খোলা

ଅର୍ଥ : নিতৌ কার্য আৰম্ভ ্হোৱা

ଉଦାହରଣ : এই বেংকটো ন বজাত খোলে

ଅର୍ଥ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ଉଦାହରଣ : তেওঁৰ ৰহস্য খুলিল

ସମକକ୍ଷ : ওলোৱা, ফাদিল হোৱা

ଅର୍ଥ : নতুনকৈ আৰম্ভ কৰা

ଉଦାହରଣ : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

ଅର୍ଥ : বেংক আদিত খাটা আৰম্ভ কৰা

ଉଦାହରଣ : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

ଅର୍ଥ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

ଉଦାହରଣ :

ସମକକ୍ଷ : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

ଅର୍ଥ : ঢাকি নৰখা বা আৱৰি নৰখা

ଉଦାହରଣ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

ସମକକ୍ଷ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

ଅର୍ଥ : যিটো বন্ধ নহয়

ଉଦାହରଣ : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

ଅର୍ଥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

ଉଦାହରଣ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

ସମକକ୍ଷ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে