ଅର୍ଥ : ক্রমত নথকা অৱস্থা বা ভাব
ଉଦାହରଣ :
বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
ସମକକ୍ଷ : আউল, আলি-মুলি, এঙনি-জেঙনি, খেনোমেনো, খেলমেল, খেলিমেলি, খেলেপ-জেলেপ, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা