ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খুন্দা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খুন্দা   বিশেষ্য

ଅର୍ଥ : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য

ଉଦାହରଣ : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল

ଅର୍ଥ : খুন্দা বা কুটাৰ কার্য

ଉଦାହରଣ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে

ସମକକ୍ଷ : কুটা, বনা

খুন্দা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য

ଉଦାହରଣ : মহিলাসকলে ধান বানি আছে

ସମକକ୍ଷ : খুনা, বনা

ଅର୍ଥ : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা

ଉଦାହରଣ : ঘেঁহু পিহা হʼল

ସମକକ୍ଷ : পিহা