ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ଉଦାହରଣ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ସମକକ୍ଷ : গজাল, গোঁজ
ଅର୍ଥ : সৰু আৰু চুটি খুঁ্টা
ଉଦାହରଣ : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
ଅର୍ଥ : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
ଉଦାହରଣ : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
ସମକକ୍ଷ : নাও খুঁটি
ସଂସ୍ଥାପନ କରନ୍ତୁ