ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন
ଅର୍ଥ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ଉଦାହରଣ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
ସମକକ୍ଷ : গৱাক্ষ, বাতায়ন
ଅର୍ଥ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ଉଦାହରଣ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
ସମକକ୍ଷ : খিৰিকী, গৱাক্ষ, বাতায়ন
ଅର୍ଥ : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে
ଉଦାହରଣ : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ