ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাকো উপেক্ষিত নকৰা ভাব
ଉଦାହରଣ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
ସମକକ୍ଷ : ধ্যান, মনোযোগ
ଅର୍ଥ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
ଉଦାହରଣ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
ସମକକ୍ଷ : স্মৃতি, স্মৰণ
ଅର୍ଥ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ଉଦାହରଣ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
ସମକକ୍ଷ : খেয়াল, ভাব, ভাবনা, মনোভাব
ଅର୍ଥ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ଉଦାହରଣ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
ସମକକ୍ଷ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
ଅର୍ଥ : মনত উদয় হোৱা কথা
ଉଦାହରଣ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ସମକକ୍ଷ : খেয়াল, বিচাৰ, মত
ସଂସ୍ଥାପନ କରନ୍ତୁ