ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খাটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খাটা   বিশেষ্য

ଅର୍ଥ : কোনো লোকৰ বা বস্তুবাহানিৰ পৃথকে পৃথকে হিচাপ ৰখা বহী

ଉଦାହରଣ : দোকানীজনে মোৰ হিচাপখিনি কৰিবৰ কাৰণে খাটা-বহী উলিয়ালে

ସମକକ୍ଷ : খাটা বহী, খাটা-বহী

ଅର୍ଥ : বেংকৰ দ্বাৰা দিয়া এক ধৰণৰ নিধিৰ হিচাপ-নিকাচ কৰিব পৰা বহী

ଉଦାହରଣ : মোৰ খাটাত মাত্র পাঁচশ টকা আছে

ସମକକ୍ଷ : একাউণ্ট, একাউণ্ট বহী