ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ খণ্ড ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

খণ্ড   বিশেষ্য

ଅର୍ଥ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ

ଉଦାହରଣ : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে

ଅର୍ଥ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

ଉଦାହରଣ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

ସମକକ୍ଷ : টুকুৰা, পীচ

ଅର୍ଥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ଉଦାହରଣ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

ସମକକ୍ଷ : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ

ଅର୍ଥ : যিকোনো বস্তুৰ গোটা টুকুৰা

ଉଦାହରଣ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

ସମକକ୍ଷ : টুকুৰা

ଅର୍ଥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ଉଦାହରଣ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

ସମକକ୍ଷ : অধ্যায়, পর্ব

ଅର୍ଥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ଉଦାହରଣ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

ସମକକ୍ଷ : অংক, নম্বৰ, সংখ্যা

ଅର୍ଥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ଉଦାହରଣ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

ସମକକ୍ଷ : টুকুৰা, ভাগ

ଅର୍ଥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ