ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জোৰা দিয়াৰ কাম
ଉଦାହରଣ : সোণাৰীয়ে গহনাবোৰত হীৰা খটাইছে
ସମକକ୍ଷ : জোৰা দিয়া
ଅର୍ଥ : কাৰোবাক কিবা স্মৰণ কৰোৱা কার্য
ଉଦାହରଣ : তুমি অলপ নিজৰ মগজটো খটোৱা
ସମକକ୍ଷ : মনত পেলোৱা
ଅର୍ଥ : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ଉଦାହରଣ : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
ସମକକ୍ଷ : লগোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ