ଅର୍ଥ : হিচাপৰ কেঁ্চা চিঠা
ଉଦାହରଣ :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
ଅର୍ଥ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
ଉଦାହରଣ :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
ସମକକ୍ଷ : পাণ্ডুলিপি, পাণ্ডুলেখ
ଅର୍ଥ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
ଉଦାହରଣ :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
ସମକକ୍ଷ : পাণ্ডুলেখ