ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কৰা   বিশেষ্য

ଅର୍ଥ : কোনো কাম কৰা কার্য ্বা ভাৱ

ଉଦାହରଣ : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

ସମକକ୍ଷ : কাম কৰা

কৰা   ক্ৰিয়া

ଅର୍ଥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ଉଦାହରଣ : আমি দুগোল দিলোঁ

ସମକକ୍ଷ : দিয়া, বনোৱা

ଅର୍ଥ : চৰিতার্থ ্কৰা

ଉଦାହରଣ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

ସମକକ୍ଷ : পালন কৰা

ଅର୍ଥ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

ଉଦାହରଣ : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

ଅର୍ଥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

ଉଦାହରଣ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

ସମକକ୍ଷ : লাগি থকা

ଅର୍ଥ : (ত) লগোৱা বা কৰা

ଉଦାହରଣ : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

ଅର୍ଥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ଉଦାହରଣ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

ସମକକ୍ଷ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

ଅର୍ଥ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ଉଦାହରଣ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

ସମକକ୍ଷ : বনোৱা, সজোৱা