ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ক্ষয় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ক্ষয়   বিশেষ্য

ଅର୍ଥ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়

ଉଦାହରଣ : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে

ସମକକ୍ଷ : অৱক্ষয়

ଅର୍ଥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম

ଉଦାହରଣ : কাৰো অপকাৰ নকৰিবা

ସମକକ୍ଷ : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি

ଅର୍ଥ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

ଉଦାହରଣ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

ସମକକ୍ଷ : অপচয়, হ্রাস

ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি

ଉଦାହରଣ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়

ସମକକ୍ଷ : উচ্ছেদ, নিপাত, বিলোপ, লোপ