ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ক্ষীণকায় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ক্ষীণকায়   বিশেষণ

ଅର୍ଥ : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ଉଦାହରଣ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

ସମକକ୍ଷ : কৃশ, কেটেঙা, ক্ষীণ, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা, শী্র্ণ

ଅର୍ଥ : যি বহুত ্দুর্বল আৰু ক্ষীণ

ଉଦାହରଣ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

ସମକକ୍ଷ : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা