ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ক্লাছ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ক্লাছ   বিশেষ্য

ଅର୍ଥ : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ

ଉଦାହରଣ : আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে

ସମକକ୍ଷ : শ্রেণীকোঠা

ଅର୍ଥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী

ଉଦାହରଣ : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে

ସମକକ୍ଷ : শ্রেণী

ଅର୍ଥ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ

ଉଦାହରଣ : তুমি কোন শ্রেণীত পঢ়া ?

ସମକକ୍ଷ : কক্ষা, মহলা, শ্রেণী

ଅର୍ଥ : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে

ଉଦାହରଣ : শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল

ସମକକ୍ଷ : ইয়েৰ