ଅର୍ଥ : ক্রোৱেছিয়াৰ নিবাসী
ଉଦାହରଣ :
সন্মিলনত উপস্থিত ক্রোৱেছিয়ান সকলক আমি আমাৰ দেশলৈ মাতিছো
ସମକକ୍ଷ : ক্রোৱেছিয়া বাসী, ক্রোৱেছিয়া-বাসী, ক্রোৱেছিয়াবাসী
ଅର୍ଥ : ক্রোৱেছিয়াৰ লোকসকলৰ ভাষা
ଉଦାହରଣ :
মোৰ ক্রোৱেছিয়ান শিকাত কোনো ৰুচি নাই
ସମକକ୍ଷ : ক্রোৱেছিয়ান ভাষা
ଅର୍ଥ : ক্রোৱেছিয়ান ভাষা সম্বন্ধী বা ক্রোৱেছিয়ান ভাষাৰ
ଉଦାହରଣ :
শিক্ষকে আমাক ক্রোৱেছিয়ান কাহিনীৰ সাৰাংশ কৈ আছিল
ଅର୍ଥ : ক্রোৱেছিয়াৰ বা ক্রোৱেছিয়া সম্বন্ধী
ଉଦାହରଣ :
চলচিত্র-মহোৎসৱত এখন ক্রোৱেছিয়ান চলচিত্র দেখুৱা হৈছিল