ଅର୍ଥ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
ଉଦାହରଣ :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
ସମକକ୍ଷ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
ଅର୍ଥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ଉଦାହରଣ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ସମକକ୍ଷ : বুজোৱা
ଅର୍ଥ : স্থিৰ কৰা
ଉଦାହରଣ :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
ଅର୍ଥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ଉଦାହରଣ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
ସମକକ୍ଷ : লোৱা
ଅର୍ଥ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
ଉଦାହରଣ :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
ସମକକ୍ଷ : জনোৱা
ଅର୍ଥ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
ଉଦାହରଣ :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
ସମକକ୍ଷ : উচ্চাৰণ কৰা
ଅର୍ଥ : কিবা কৈ বাধক হোৱা
ଉଦାହରଣ :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
ଅର୍ଥ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
ଉଦାହରଣ :
পইচাই কথা কয়
ଅର୍ଥ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
ଉଦାହରଣ :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
ଅର୍ଥ : কিবা কৰিবলৈ আদেশ দিয়া
ଉଦାହରଣ :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
ସମକକ୍ଷ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
ଅର୍ଥ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
ଉଦାହରଣ :
তেওঁ কʼলে যে ৰহিম আজি নাহে
ଅର୍ଥ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
ଉଦାହରଣ :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে