ଅର୍ଥ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
ଉଦାହରଣ :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
ସମକକ୍ଷ : অদৃঢ়তা, অপৰিপক্কতা
ଅର୍ଥ : কোমল হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
ଅର୍ଥ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল