ଅର୍ଥ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
ଉଦାହରଣ :
তেওঁ বিচনাখন কোবাই আছে
ସମକକ୍ଷ : কোবাই থকা
ଅର୍ଥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ଉଦାହରଣ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
ସମକକ୍ଷ : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা