ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ কোব ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

কোব   বিশেষ্য

ଅର୍ଥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ

ଉଦାହରଣ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল

ସମକକ୍ଷ : বেগ, সোঁত

ଅର୍ଥ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে

ସମକକ୍ଷ : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা

ଅର୍ଥ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

ଉଦାହରଣ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

ସମକକ୍ଷ : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ