ଅର୍ଥ : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা
ଉଦାହରଣ :
তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে
ଅର୍ଥ : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল
ଉଦାହରଣ :
তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়
ଅର୍ଥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য
ଉଦାହରଣ :
কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়