ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
ଉଦାହରଣ : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
ଅର୍ଥ : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
ଉଦାହରଣ : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
ସମକକ୍ଷ : কুমকুম, কেসৰ, জাফৰান
ଅର୍ଥ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ଉଦାହରଣ : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
ସମକକ୍ଷ : কেসৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ